সোণাৰি: সোণাৰি মিলনজ্যোতি পঞ্চায়তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই
আজি অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ মিলনজ্যোতি পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি Lakhinath Tasa. উক্ত সভাত মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি সমষ্টিৰ প্ৰভাৰী বিতুপন দ'লেকে প্ৰমুখ্যে কৰি জিলা বিষয়ববীয়া, মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্হিত আছিল।