Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: জিলা বিজেপিৰ কাৰ্যালয়ত জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়, উপস্থিত থাকে এমচিএলএ অৰ্জুন দৈমাৰী

Udalguri, Udalguri | Nov 27, 2025
বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ এখন বিশেষ সাংগঠনিক সভা দিনযোৰা কাৰ্যসূচীৰে জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।দলৰ সাংগঠনিক দিশ আৰু আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয়। জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকাই সঞ্চালনা কৰা সভাত এমচিএলএ অৰ্জুন দৈমাৰী আৰু জিলা প্ৰভাৰী ধীৰেন্দ্ৰ নাথ ডেকাই আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰে।উক্ত সময় চোৱাত বিধায়কৰ প্ৰতিনিধি জৌছৰাং বড়ো, জিলা সাধাৰণ সম্পাদক অজয় হাজৰিকা প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

MORE NEWS

ওদালগুৰি: জিলা বিজেপিৰ কাৰ্যালয়ত জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়, উপস্থিত থাকে এমচিএলএ অৰ্জুন দৈমাৰী - Udalguri News