BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।
থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন।
পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে।
চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন।
বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন।
#public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar
Helem, Biswanath | Jun 13, 2026