আজাৰা: নিশা নহয় দিনৰ পোহৰতে বৃহৎ বনৰীয়া হাতীৰ জাকে দক্ষিণ কামৰূপত চলাইছে উপদ্ৰৱ
নিশা নহয় দিনৰ পোহৰতে বৃহৎ বনৰীয়া হাতীৰ জাকে দক্ষিণ কামৰূপত চলাইছে উপদ্ৰৱ । নিশা নহয় দিনৰ পোহৰতে বৃহৎ বনৰীয়া হাতীৰ জাকে এফালৰ পৰা তহিলং কৰি গৈছে ধাননী পথাৰ,গৃহস্থৰ বাৰীত থকা শাক পাচলি । বিশেষকৈ দক্ষিণ কামৰূপৰ,ৰাণী,গোঁসাইহাট,মাজকুছি,পাৰাকুছি, তিনিআলি,উৰপুত আদিকে ধৰি বিভিন্ন গাওঁ সমূহত দিনে নিশাই ৩৫ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে চলাইছে উপদ্ৰৱ।