Public App Logo
পুনৰ ছাত্ৰ সমাজৰ গণতান্ত্ৰিক আন্দোলনৰ বৃহৎ জয়। ঝাৰখণ্ডৰ প্ৰতিবাদী ছাত্ৰৰ দাবী মানি JSSC-CGL পৰীক্ষা বাতিলৰ কথা ঘোষণা হেমন্ত ছোৰেণ চৰকাৰৰ। চৰকাৰে দাবী মানি লোৱাৰ পাছতে আনন্দত আত্মহাৰা প্ৰতিবাদকাৰী। - Assam News