উৰুলি সন্মিলিত লেখিকা সমাৰোহৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন, বিশিষ্ট ব্যক্তিৰ সমাগম*
মাজুলীৰ ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় উৰুলি সন্মিলিত লেখিকা সমাৰোহৰ প্ৰথম প্ৰতিষ্ঠা দিৱস।
পুৱা ৮-৩০ বজাত পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পুৱা ১০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়।
Ujani Majuli Circle, Majuli | Aug 23, 2026