সোণাৰি: সোণাৰি কানু চাহ বাগিচাত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত নিৰ্বাচনী সভা
ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰিবলৈ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত আজি কানু চাহ বাগিচাত নিৰ্বাচনী সভা। প্রতিকূল বতৰকো নেওচি সহস্রাধিক ৰাইজৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়৷