সোণাৰি: টাওকাক পঞ্চায়তৰ ওমলা গৃহত বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত নিৰ্বাচন সন্দৰ্ভত আলোচনা সভা
দেওবাৰে বিজেপিৰ সোনাৰি মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত টাওকাক গাঁও পঞ্চায়তৰ ওমলা গৃহত ১৪৮, ১৪৯, ১৫০, ১৫১ নং বুথৰ ৰাইজৰ লগত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিং, সম্পাদিকা নিপা বৰুৱা, ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মিনা চাহুৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।