Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সোণাৰি: দেওবাৰে এঙেৰাত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ পত্নী বিনীতা গগৈয়ে

Sonari, Charaideo | Mar 31, 2024
ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ । যোৰহাট লোকসভা নিৰ্বাচনৰ বাবে চৰাইদেউ জিলাত কংগ্ৰেছ বিজেপি দলে প্ৰচাৰ কাৰ্য তীব্ৰ কৰি তুলিছে । আজি দেওবাৰে এঙেৰাত প্ৰচাৰ চলাই বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ পত্নী ড:বিনীতা গগৈয়ে । দিনৰ ১২ বজাত এঙেৰাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাই ।