Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সোণাৰি: সোণাৰীৰ ভজোত নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈ

Sonari, Charaideo | Apr 1, 2024
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত ভজো পঞ্চায়তত আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত হয় ৷ এই সভাত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে ৷ এই সভাত ৱাজিদা বেগমৰ নেতৃত্বত শতাধিক সংখ্যালঘু ভোটাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷