বাক্সা: তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কছুবাৰী প্ৰাথমিক সমিতিয়ে আয়োজন কৰা সাধাৰণ সভাত সম্পাদক দীপজ্যোতি শৰণীয়া
Baska, Baksa | Nov 9, 2025 তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত কছুবাৰী প্ৰাথমিক সমিতিয়ে আয়োজন কৰা সাধাৰণ সভাত অংশগ্ৰহন সম্পাদক দীপজ্যোতি শৰণীয়া। সভাত জনগোষ্ঠীটোৰ সমস্যা আৰু সামগ্ৰীক দিশত সামৰি সভাত ভাষণ আগবঢ়াই । আজিৰ সভাতে জনগোষ্ঠীটোৰ তিনিওটা জাতীয় সংগঠনৰ কছুবাৰী প্ৰাথমিক সমিতিকেইখন গঠন কৰে।