সোণাৰি: ৰহদৈ পুখুৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক আৰু বলেৰ' বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আহত বলেৰ'ৰ চালকজন
চৰাইদেউ জিলাৰ ৰহদৈ পুখুৰী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক আৰু বলেৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ বিহুবৰ পৰা চৰাইদেউ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা৷ বলেৰ বাহনখন নিয়ন্ত্ৰন হেৰুৱাই দ খাহৈত বাগৰে ঘটনাস্থলিত স্থানীয় ৰাইজৰ উপস্থিতিত বলেৰ বাহন খন উদ্ধাৰ কৰি চালক জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷