সোণাৰি: টেঙাপুখুৰী আৰক্ষীয়ে বাইলুং পুখুৰী, কলিয়ামাটি বেকা গছ অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত ২০০ লিটাৰ চুলাই পাছ নষ্ট কৰে
চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ এলেকাৰ বাইলুং পুখুৰী, কলিয়ামাটি বেকা গছ আদি আঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান টেঙাপুখুৰী আৰক্ষীৰ অভিযানকালত টেঙাপুখুৰী আৰক্ষীয়ে চুলাই মদৰ পাছ ২০০ লিটাৰ আৰু চুলাই তৈয়াৰ কৰা যন্ত্ৰ ৬টাকৈ নষ্ট কৰে আৰক্ষীয়ে ৷