নগাঁৱৰ হাতীচোঙত স্প্ৰে চোৰৰ সন্ত্ৰাস।
স্প্ৰে মাৰি পাঁচজনকৈ লোকক অচেতন কৰি ঘৰৰ পৰা লুটি নিলে নগদ ধনসহ সা-সামগ্ৰী।
চুৰি কৰি উভতি যোৱাৰ সময়ত ঘৰৰ ভিতৰতে এৰি থৈ গ'ল চোৰে পৰিধান কৰি অহা চেণ্ডেল!
ঘটনাৰ পিছতে অসুস্থ হৈ পৰা পাঁচগৰাকী লোকক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসাধীন হৈ আছে দীনকান্ত নাথ, পদ্মা দেৱী, আইমণী দেউৰী, দীপজ্যোতি নাথ আৰু যমুনা দেৱী।
#assam #newstoday #NewsAlert #newstoday #challenges #challengeschallenges #NewsAlert24x7 #challengesmakeyoustronger
Nagaon, Nagaon | Nov 14, 2026