ডিফু: ALA-ৰ উপাধ্যক্ষ ড০ হেব্বে তেৰনৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ
ALA-ৰ উপাধ্যক্ষ ড০ হেব্বে তেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ন্যায়িক তদন্তৰ দাবীত অসম ৰাজ্যিক মহিলা আয়োগৰ কাষ চাপিল কংগ্ৰেছ। মহিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে দাখিল কৰিলে লিখিত প্ৰতিবেদন।