জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টাৰ আৰক্ষীৰ ৱাৰেন্টক লৈ মন্তব্য "যদি আৰক্ষীয়ে বিচাৰে মোক গ্ৰেপ্তাৰ কৰি লৈ যাওঁক বা কেৰেঙত উঠাই লৈ যাওঁক!থানাত গৈ ভীৰুৰ দৰে জামিন লোৱাৰ মোৰ অভ্যাস নাই।
#public #friends #highlights #news #viral #reels #everyone #facebook #police #barta24x7
Helem, Biswanath | Sep 22, 2026