Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Capacitybuilding
Worldwaterday
���ंतर्राष्ट्रीय_वन_दिवस
Railsafety
No video available

মাহমৰা: মৰাণহাট অভয়পুৰত ইণ্টাৰচিটি ৰে'লৰ খুন্দাত প্ৰাণ গ'ল এজন যুৱকৰ, ৰে'ল আৰক্ষীয় আৰম্ভ কৰিছে তদন্ত

Mahmora, Charaideo | Mar 17, 2024
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰত আজি দুপৰীয়া গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা ইণ্টাৰচিটি এস্কপেছ ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন যুৱকে । মৰাণহাট অভয়পুৰৰ জিদিৰ হুছেইন (৩২) নামৰ বিবাহিত যুৱকজনে ৰে'ল আলি পাৰ হওঁতেই এই শোকাবহ ঘটনা সংঘটিত হয় । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ পাছতে ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।

MORE NEWS