আজাৰা: দীপৰবিলৰ সৌন্দৰ্য বহন কৰি অহা গছ সমূহ কটা যাব
সংকটৰ গৰাহত পৰা মহানগৰীৰ মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকে । দীপৰবিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হব Elevated Corridor । Elevated Corridor নিৰ্মাণৰ নামত এফালৰ পৰা কাটি পেলোৱা হ'ব গছবোৰ ।