সোণাৰি: 'যোৰহাট লোকসভা সমষ্টিত পৰাজয়ৰ ত্ৰুটিৰ পৰ্যালোচনা কৰিব লাগিব', সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ মন্তব্য
যোৰহাট লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈ পৰাজিত হোৱাৰ পাছত সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ মন্তব্য। ভাৰতীয় জনতা পাৰ্টিৰ নেতা কর্মীয়ে অশেষ কষ্ট কৰাৰ পাছতো বিজেপিয়ে যোৰহাটত পৰাজয় বৰণ কৰিব লগা হৈছে বুলি মন্তব্য। পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ বিধায়ক গৰাকীৰ।