Public App Logo
Jansamasya
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Nagaur
Rahul
Indianews
New_delhi
Crpf
Himachal_pradesh
Viralvideo
Latestnews
Shorts
Himachalpradesh
���ामनवमी
Cuttack
���द
Lakhimpurkheri
No video available

সোণাৰি: সোণাৰিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসৰ দিনাই উপেক্ষিত গীতিকবিৰ সমাধি ক্ষেত্ৰ ,প্ৰতিক্ৰিয়া

Sonari, Charaideo | Jun 7, 2024
সোণাৰি নগৰত গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱা সমাধী ক্ষেত্ৰ,শুক্ৰবাৰে চাৰি বজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সচেতন লোকে। চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ ২ নং ৱাৰ্ডত থকা গীতিকবি গৰাকীৰ সমাধি ক্ষেত্ৰখন হাবি জংঘলেৰে আৱৰি আছে । সোণাৰি পৌৰসভাৰ সন্মুখতে থকা গীতিকবি গৰাকীৰ সমাধি ক্ষেত্ৰখন আজি স্মৃতি দিৱসৰ দিনটোত এনেদৰে উপেক্ষিত হোৱাত সচেতন লোকে পাব্লিক এপৰ জৰিয়তে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।