Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সোণাৰি: মথুৰাপুৰত NEET " ত সুখ্যাতিৰে উৰ্ত্তীণ মথুৰাপুৰৰ অংকিতা দত্তক চৰাইদেউ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন ৷

Sonari, Charaideo | Jun 6, 2024
চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম মথুৰাপুৰৰ অংকিতা দত্তৰ NEET " ত সুখ্যাতিৰে উৰ্ত্তীণ চৰাইদেউ জিলাৰ মথুৰাপুৰৰ অংকিতা দত্ত। সদ্যঘোষিত NEET পৰীক্ষাৰ ফলাফলত অংকিতা দত্তৰ সাফল্য।আজি মথুৰাপুৰস্থিত নিজ বাসগৃহত চৰাইদেউ প্ৰেছ ক্লাৱৰ সম্বৰ্ধনা জ্ঞাপন ৷চৰাইদেউ প্ৰেছ ক্লাৱৰ উপদেষ্টা ইছালাম আহমেদৰ সৈতে এটি দ'ল উপস্থিত হৈ ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনায় ৷
সোণাৰি: মথুৰাপুৰত NEET " ত সুখ্যাতিৰে উৰ্ত্তীণ মথুৰাপুৰৰ অংকিতা দত্তক চৰাইদেউ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন ৷ - Sonari News