নগাঁও: কলিয়াবৰৰ মিছাৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা,অচিনাক্ত মাৰুতি ভেনৰ খুন্দাত গুৰুতৰভাৱে আহত এজন ব্যক্তি
Nagaon, Nagaon | Nov 28, 2025 কলিয়াবৰৰ মিছাৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।অচিনাক্ত মাৰুতি ভেনৰ খুন্দাত গুৰুতৰভাৱে আহত এজন ব্যক্তি।আহত ব্যক্তি জনৰ নাম তৰুণ মেধি।ঘটনা সংঘটিত কৰি পলায়ন বাহনৰ চালকৰ।ঘটনাস্থলীত উপস্থিত মিছা আৰক্ষী ।আহত ব্যক্তি জনক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ