Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সোণাৰি: সোণাৰিৰ মাইবেলা লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচত অগ্নিকাণ্ড, এজন গুৰুতৰভাৱে আহত

Sonari, Charaideo | Jun 22, 2024
সোণাৰিৰ মাইবেলাৰ DM Plant ৰ ৰাসায়নিক পদাৰ্থ ৰখা এটা গুদামত শনিবাৰে ৭বজাত অগ্নিকাণ্ড সংঘটিত হয়।দুইখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ ৰ চেষ্টা চলাই আছে । ৰাসায়নিক দ্ৰব্য সমুহ সঠিক ভাবে নৰখা বাবে ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণ ঘটি অগ্নিকাণ্ড ৰ সূত্ৰপাত হোৱাৰ সন্দেহ ।আনহাতে বিজিত শ‌ইকীয়া নামৰ চিকৰিটিৰ জোৱান জুই নোমোৱাবলৈ যাওঁতে আহত । ততালিকে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ।

MORE NEWS