সোণাৰি: এঙেৰা চাৰি আলিৰ সমিপত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক মহটিয়ালে মাৰুটি বাহনত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক মথুৰাপুৰ আৰক্ষীৰ জিম্মাত ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ এঙেৰা চাৰি আলি সমিপত ট্ৰাকে মহটিয়া মাৰুটি এল্টু বাহনত দুৰ্ঘটনা সংঘটিত কৰা AS 04 BC 7185 নম্বৰ ট্ৰাকখন মথুৰাপুৰ আৰক্ষীৰ জিম্মাত ৷ ঘটনাৰ সন্দৰ্ভত মথুৰাপুৰ আৰক্ষী তদন্ত অব্যাহত ৷