সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে চাফ্ৰাই বাগিছা ,ৰংঙাপথাৰ গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১৯০ লিটাৰ পাছ নষ্ট ৷
চৰাইদেউ জিলা আবকাৰী বিভাগ সোণাৰি আৰক্ষীৰ যৌথ প্ৰচেষ্টাত চৰাইদেউ চাফ্ৰাই চাহ বাগিছাত ৰঙাপথাৰ গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ লগত ব্যৱহৃত পাছ ১৯০ লিটাৰ আৰু ৭ লিটাৰ বিক্ৰী বাবে ৰখা চুলাই মদ নষ্ট কৰিবলৈ সক্ষম ৷