সোণাৰি: চৰাইদেউ জিলাৰ গৰৈমাৰী ষ্টেডিয়ামত অনুষ্ঠিত হʼবলগা জনসভাস্থলী পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ
অহা ১২ মাৰ্চত চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ গৰৈমাৰী ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া বিশাল জনসভা'ৰ সভাস্থলী শনিবাৰে পৰিদৰ্শন কৰে ৰাজ্যিক কেবিনেট তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে।মন্ত্ৰী গৰাকীৰ সৈতে কেইবাগৰাকী দলীয় কৰ্মীয়ো উপস্থিত থাকে।