Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Bipinrawat
Cds
Smartrailyatri
Indianrailway
No video available

সোণাৰি: জিলা আবকাৰী বিভাগে চিংলৌ পথাৰ, অভয়পুৰ বনাঞ্চল, উদয়পুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩০০ লিটাৰ চুলাই পাছ নষ্ট কৰে

Sonari, Charaideo | Jun 17, 2024
চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু সোণাৰি আৰক্ষীৰ যৌথ প্ৰচেষ্টাত চিংলৌ পথাৰ, অভয়পুৰ বনাঞ্চল, উদয়পুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷অভিযানকালত চৰাইদেউ জিলা আবকাৰী বিভাগে চুলাই মদৰ পাছ ৩০০ লিটাৰ বিক্ৰী বাবে ৰখা চুলাই মদ ৫০ লিটাৰ আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৩টাকৈ গোচৰ ৰুজো কৰে জিলা আবকাৰী বিভাগে ৷

MORE NEWS