সোণাৰি: সৃজনী প্ৰেক্ষাগৃহত লাকুৱাত আঞ্চলিক ছাত্ৰ সন্থাই HSLC আৰু HS কৃতিত্ব অর্জন কৰা ১৩৬ গৰাকী ছাত্র-ছাত্রীক অভিনন্দন জনায়
লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্ব অর্জন ১৩৬ গৰাকী ছাত্র-ছাত্রীক সম্বর্ধনা জ্ঞাপন দেওবাৰে লাকুৱা নাট্য ১৩৬ গৰাকী ছাত্র-ছাত্রীক লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা একোখন অভিনন্দন পত্ৰ আৰু এটিকৈ গছপুলি প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱক সকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে