সোণাৰি: চৰাইদেউত মনখুছি লাইনৰ শ্যাম ঘাটোৱাৰ ৩৫ যুৱকজনে আদালতৰ নিৰ্দেশ অমান্য কৰি পলাই থকা আৱস্থাত টেঙাপুখুৰী আৰক্ষীয়ে আটক কৰে
চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ এলেকাৰ চৰাইদেউ পৰ্বত চাহ বাগিছাৰ মনখুছী লাইনৰ শ্যাম ঘাটোৱাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনে ৫৮/২০২৩ নম্বৰ গোচৰত আদালতৰ নিৰ্দেশ অমান্য কৰি পলাই থকা অৱস্থাত টেঙাপুখুৰী আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷