মানকাচৰ: হাটশিঙিমাৰীত ১৯২ গৰাকী বি.এল.ও আৰু ১৭ গৰাকী কৈ বি.এল.ও ছুপাৰভাইজৰ প্ৰশিক্ষণ শিবিৰ, উপস্থিত জিলা নিৰ্বাচনী বিষয়া
মঙ্গলবাৰে দিনৰ আনুমানিক ২বজাত হাটশিঙিমাৰীত হাটশিঙিমাৰীত ১৯২ গৰাকী বি.এল.ও আৰু ১৭ গৰাকী কৈ বি.এল.ও ছুপাৰভাইজৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল জিলা নিৰ্বাচনী বিষয়া অচিন্ত ৰায়। মনকৰিব লগীয়া যে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত ১৯২ গৰাকীকৈ বি.এল.ও আৰু ১৭ গৰাকী কৈ বি.এল.ও ছুপাৰভাইজৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।