সাপেখাতী: শান্তিপুৰত বিজেপি মহিলা মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, সভাত শতাধিক মহিলাৰ বিজেপিত যোগদান
বৰহাট মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত শান্তিপুৰত নিৰ্বাচনী সভা অনুষ্ঠিত। সভাত শতাধিক মহিলাই বিজেপিত যোগদান কৰে। সভাত মহিলা মৰ্চা বৰহাট মণ্ডলৰ সভানেত্ৰী সংগীতা গগৈ, ড০ বিনীতা শইকীয়া, অনুপ সিং ৰাজপুৰোহিত, ৰূপম গগৈ প্ৰমুখ্যে কেইবাজনো বিজেপি নেতাই ৰাইজক বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দিবলৈ আহ্বান জনায়।