সাপেখাতী: জিলাত সদ্যপ্ৰয়াত লোকৰ পৰিয়ালৰ লগত মত বিনিময় বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী আৰু সাংসদ তপন কুমাৰ গগৈৰ সহধৰ্মিনীৰ
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা মহিলা মৰ্চাৰ সামাজিক মাধ্যমৰ আহ্বায়ীকা পাপৰি চাংমাইৰ শহুৰ দেউতাকৰ মৃত্যুৰ খবৰটো পাই যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সহধৰ্মিনী ড০ সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ আৰু বিজেপি চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী Pronita Panging শোকসন্তপ্তত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।