সাপেখাতী: চৰাইদেউত বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাক আদৰিবলৈ যুৱ মৰ্চাৰ উদ্যোগত বৃহৎ বাইক ৰেলী অনুষ্ঠিত
আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা নিৰ্বাচনী প্ৰচাৰৰ বাবে সোনাৰী সমষ্টিৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে এই উপলক্ষে সোনাৰী মণ্ডল যুৱ মৰ্চা উদ্যোগত বৃহৎ বাইক ৰেলিৰে উষ্ম আদৰণি জনায় চৰাইদেউ জিলা যুৱ মৰ্চাৰ জিলা সভাপতি ৰুপম গগৈয়ে । এই সময়চোৱাত চৰাইদেউ জিলা বিজেপিৰ সভাপতি Lakshmi Nath Tasa আৰু সোনাৰী সমষ্টিৰ বিধায়ক আৰু কাৰ্যকর্তা সকলৰ উপস্থিত থাকে ।