Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Educationforall
Cds
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সাপেখাতী: পূব নলবৰীয়াত পূব-পশ্চিম নলবৰীয়া, নাহৰপুখুৰী কোঁৱৰ চুকত "দ্ৰোণ পৰ্ব অভিমন্যু বধ"শিশু ভাওনা মঞ্চস্থ

Sapekhati, Charaideo | Apr 6, 2024
পূব-পশ্চিম নলবৰীয়া,নাহৰপুখুৰী কোঁৱৰ চুকৰ উদ্যোগত পূব-নলবৰীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে সন্ধিয়া ৭ বজাত "দ্ৰোণ পৰ্ব অভিমন্যু বধ" শীৰ্ষয়ক এখন শিশু ভাওনা মঞ্চস্থ হয়। গাঁৱৰ শিশু সকলে কৰা ভাওনা খনৰ অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয় উন্নত মানৰ আছিল।অৱশ্যে দুই এজনৰ অভিনয় পদ সঞ্চালনা,সংলাপ প্ৰক্ষেপন,অংগ সংঞ্চালনাত কিছু যথৰতা আছিল যদিও অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ মন চুই যোৱা আছিল। তদুপৰি সংগীত আৰু আলোক সম্পাতে নাট খনক অধিক জীৱন্ত কৰি তুলিছিল।

MORE NEWS