Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
mndr6277
@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ। @ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। @ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান। @ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। @ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ অভিযান। @ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf
Helem, Biswanath
| Jul 26, 2026
#public
#friends
#highlights
#news
#viral
#reels
#everyone
#facebook
#police
#sdrf
#ndrf
MORE NEWS
Helem, Biswanath | Jul 26, 2026
@ হেলেমৰ বুৰৈ নদীত গা ধুবলৈ গৈ মিছামাৰীৰ শিৱ দাস নামৰ যুৱক নিখোঁজ। @ SDRF বাহিনীৰ উদ্বাৰ অভিযানত বিফল। @ গভীৰ আন্ধাৰৰ বাবে অভিযান স্থগিত। @ পুনৰ কাইলৈ ৰাতিপুৱা অব্যাহত ৰাখিব উদ্বাৰ অভিযান। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশ। #public #friends #highlights #news #viral #reels #everyone #facebook #sdrf
Helem, Biswanath | Jul 25, 2026
!!!!! মন্ত্ৰীৰ জীয়ৰীৰ মুখত চৰকাৰৰ বিৰুদ্ধে শ্লোগান!!!! অসমৰ ৰাজনীতিত ডাঙৰ জোকাৰণি! ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী কেশৱ মহন্তৰ কন্যা, ভাইৰেল হ’ল শ্ল’গানৰ ভিডিঅ’। গুৱাহাটীৰ ছাত্ৰ আন্দোলনত ভাগ লৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত মন্ত্ৰী-কন্যা। #keshabmahanta #barta24x7 #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 25, 2026
উজনিত বানত ক্ষতিগ্ৰস্ত সকলক সহায় কৰিবৰ বাবে গহপুৰৰ বাঁহীবাদক সকলে বান সাহাৰ্য্য দিবৰ বাবে বাঁহী বজাই অৰ্থ সংগ্ৰহ কৰিছে গহপুৰত। #public #friends #highlights #news #viral #reels #everyone #facebook #flood
Helem, Biswanath | Jul 25, 2026