Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

@ হেলেমৰ বুৰৈ নদীত গা ধুবলৈ গৈ মিছামাৰীৰ শিৱ দাস নামৰ যুৱক নিখোঁজ। @ SDRF বাহিনীৰ উদ্বাৰ অভিযানত বিফল। @ গভীৰ আন্ধাৰৰ বাবে অভিযান স্থগিত। @ পুনৰ কাইলৈ ৰাতিপুৱা অব্যাহত ৰাখিব উদ্বাৰ অভিযান। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশ। #public #friends #highlights #news #viral #reels #everyone #facebook #sdrf

Helem, Biswanath | Jul 25, 2026

MORE NEWS

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ।
@ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা।
@ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান।
@ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। 
@ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ  অভিযান। 
@ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ।
@ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। 

#public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ। @ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। @ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান। @ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। @ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ অভিযান। @ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

Helem, Biswanath | Jul 26, 2026

Helem, Biswanath | Jul 26, 2026

!!!!! মন্ত্ৰীৰ জীয়ৰীৰ মুখত চৰকাৰৰ বিৰুদ্ধে শ্লোগান!!!! 

অসমৰ ৰাজনীতিত ডাঙৰ জোকাৰণি! ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী কেশৱ মহন্তৰ কন্যা, ভাইৰেল হ’ল শ্ল’গানৰ ভিডিঅ’।  গুৱাহাটীৰ ছাত্ৰ আন্দোলনত ভাগ লৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত মন্ত্ৰী-কন্যা। 

#keshabmahanta  #barta24x7 #news #viral #reels #everyone #facebook

!!!!! মন্ত্ৰীৰ জীয়ৰীৰ মুখত চৰকাৰৰ বিৰুদ্ধে শ্লোগান!!!! অসমৰ ৰাজনীতিত ডাঙৰ জোকাৰণি! ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী কেশৱ মহন্তৰ কন্যা, ভাইৰেল হ’ল শ্ল’গানৰ ভিডিঅ’। গুৱাহাটীৰ ছাত্ৰ আন্দোলনত ভাগ লৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত মন্ত্ৰী-কন্যা। #keshabmahanta #barta24x7 #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 25, 2026

@ হেলেমৰ বুৰৈ নদীত গা ধুবলৈ গৈ মিছামাৰীৰ শিৱ দাস নামৰ যুৱক নিখোঁজ। @ SDRF বাহিনীৰ উদ্বাৰ অভিযানত বিফল। @ গভীৰ আন্ধাৰৰ বাবে অভিযান স্থগিত। @ পুনৰ কাইলৈ ৰাতিপুৱা অব্যাহত ৰাখিব উদ্বাৰ অভিযান। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশ। #public #friends #highlights #news #viral #reels #everyone #facebook #sdrf - Helem News