Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi
axombroadcast24
🛑"অসমত যদি অসমীয়া-বিহাৰী অসমীয়া-বঙালী কাজিয়া কৰি থাকো" 🛑"তেতিয়াহলে আমি আকৌ আন্দোলনৰ দিনলৈ উভতি যাব লাগিব" 🛑"মই এইবিলাকত নাই" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 🛑"অসমত যিমান হিন্দীভাষী লোক থাকে তাতকে বাহিৰত অসমীয়া ল'ৰা বেছি থাকে" 🛑"দুজন অপৰাধীৰ কাজিয়া অসমীয়া-বিহাৰী কেনেকৈ হ'ব" 🛑"অসমীয়া-অসমীয়াৰ কাজিয়া লাগিলে কি বুলি ক'ম?" 🛑"আমি ভাৰতীয় আমি অসমীয়া" 🛑"আমি যদি উগ্ৰ অসমীয়া কৰো ২৫ লাখ মানুহক ভাৰতৰ পৰা ঘুৰাই আনিব লাগিব" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য #CMO #HimantaBiswaSarma #mediaspeech #axombroadcast24
Nalbari, Nalbari
| Jun 13, 2026
#cmo
#himantabiswasarma
#mediaspeech
#axombroadcast24
MORE NEWS
নলবাৰী নাট্য মন্দিৰত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড প্ৰযোজিত বিগ বাজেটৰ ছবি ককাইদেউ নাতি আৰু হাতী (দ্বিতীয় সংস্কৰণ) ৰ দুটিকৈ গীত মুকলি #Nalbari #cinema #songrelease #axombroadcast24
Nalbari, Nalbari | Jun 13, 2026
🛑নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা 🛑থিতাতে নিহত দুই #nalbari #RoadAccident #banekuchi #axombroadcast24
Nalbari, Nalbari | Jun 12, 2026
🛑ইতিহাস ৰচনা কৰি ভাৰতবৰ্ষত সুদীৰ্ঘ বাৰ বছৰ শাসন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সু স্বাস্থ্য কামনা কৰি নলবাৰীত কৰা হয় পূজা অৰ্চনা নাম প্ৰসঙ্গ। 🛑মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰীৰ হৰিমন্দিৰত কৰা হয় নাম প্ৰসঙ্গ। 🛑নাম প্ৰসঙ্গ কৰাৰ পূৰ্বে ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতিমূৰ্তিৰ সম্মুখত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 🛑নলবাৰীৰ বহু কাৰ্যকৰ্তাৰ লগতে সমৰ্থকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। #narendramodi_primeminister #NarendraModi #nalbarinews #jayantamallabaruah #axombroadcast24
Nalbari, Nalbari | Jun 10, 2026
🛑"মই অসমৰ ৰাজহ কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বাবে চেষ্টা কৰিম" 🛑"যাৰ জৰিয়তে আমি অসমখনক প্ৰগতিৰ পথত আগবঢ়াই নিব পাৰিম" 🛑"আমি কেতিয়াও বেদখলকাৰীক সুবিধা নিদিওঁ" 🛑"বনাঞ্চল বেদখল মুক্ত কৰাটো আমাৰ লক্ষ্য আমি সেই দিশেৰে কাম কৰিম" 🛑"আদালতৰ ৰায়ে আমাক উৎসাহিত কৰিছে" 🛑"অসমৰ ৰাইজৰ ওপৰত এটকাও কৰৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে প্ৰস্তুত কৰা হ'ব এইবাৰৰ বাজেট" 🛑নলবাৰীত বিত্ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মন্তব্য #nalbarinews #jayantamallabaruah #FinanceMinister #axombroadcast24
Nalbari, Nalbari | Jun 10, 2026
🛑"অসমত যদি অসমীয়া-বিহাৰী অসমীয়া-বঙালী কাজিয়া কৰি থাকো" 🛑"তেতিয়াহলে আমি আকৌ আন্দোলনৰ দিনলৈ উভতি যাব লাগিব" 🛑"মই এইবিলাকত নাই" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 🛑"অসমত যিমান হিন্দীভাষী লোক থাকে তাতকে বাহিৰত অসমীয়া ল'ৰা বেছি থাকে" 🛑"দুজন অপৰাধীৰ কাজিয়া অসমীয়া-বিহাৰী কেনেকৈ হ'ব" 🛑"অসমীয়া-অসমীয়াৰ কাজিয়া লাগিলে কি বুলি ক'ম?" 🛑"আমি ভাৰতীয় আমি অসমীয়া" 🛑"আমি যদি উগ্ৰ অসমীয়া কৰো ২৫ লাখ মানুহক ভাৰতৰ পৰা ঘুৰাই আনিব লাগিব" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য #CMO #HimantaBiswaSarma #mediaspeech #axombroadcast24 - Nalbari News