Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

নলবাৰী নাট্য মন্দিৰত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড প্ৰযোজিত বিগ বাজেটৰ ছবি ককাইদেউ নাতি আৰু হাতী (দ্বিতীয় সংস্কৰণ) ৰ দুটিকৈ গীত মুকলি #Nalbari #cinema #songrelease #axombroadcast24

Nalbari, Nalbari | Jun 13, 2026

MORE NEWS

🛑"অসমত যদি অসমীয়া-বিহাৰী অসমীয়া-বঙালী কাজিয়া কৰি থাকো"
🛑"তেতিয়াহলে আমি আকৌ আন্দোলনৰ দিনলৈ উভতি যাব লাগিব"
🛑"মই এইবিলাকত নাই"
🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
🛑"অসমত যিমান হিন্দীভাষী লোক থাকে তাতকে বাহিৰত অসমীয়া ল'ৰা বেছি থাকে"
🛑"দুজন অপৰাধীৰ কাজিয়া অসমীয়া-বিহাৰী কেনেকৈ হ'ব"
🛑"অসমীয়া-অসমীয়াৰ কাজিয়া লাগিলে কি বুলি ক'ম?"
🛑"আমি ভাৰতীয় আমি অসমীয়া"
🛑"আমি যদি উগ্ৰ অসমীয়া কৰো ২৫ লাখ মানুহক ভাৰতৰ পৰা ঘুৰাই আনিব লাগিব"
🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
#CMO 
#HimantaBiswaSarma 
#mediaspeech 
#axombroadcast24

🛑"অসমত যদি অসমীয়া-বিহাৰী অসমীয়া-বঙালী কাজিয়া কৰি থাকো" 🛑"তেতিয়াহলে আমি আকৌ আন্দোলনৰ দিনলৈ উভতি যাব লাগিব" 🛑"মই এইবিলাকত নাই" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 🛑"অসমত যিমান হিন্দীভাষী লোক থাকে তাতকে বাহিৰত অসমীয়া ল'ৰা বেছি থাকে" 🛑"দুজন অপৰাধীৰ কাজিয়া অসমীয়া-বিহাৰী কেনেকৈ হ'ব" 🛑"অসমীয়া-অসমীয়াৰ কাজিয়া লাগিলে কি বুলি ক'ম?" 🛑"আমি ভাৰতীয় আমি অসমীয়া" 🛑"আমি যদি উগ্ৰ অসমীয়া কৰো ২৫ লাখ মানুহক ভাৰতৰ পৰা ঘুৰাই আনিব লাগিব" 🛑মহানগৰীৰ আৰ্য নগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য #CMO #HimantaBiswaSarma #mediaspeech #axombroadcast24

Nalbari, Nalbari | Jun 13, 2026

🛑নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা
🛑থিতাতে নিহত দুই
#nalbari 
#RoadAccident 
#banekuchi 
#axombroadcast24

🛑নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা 🛑থিতাতে নিহত দুই #nalbari #RoadAccident #banekuchi #axombroadcast24

Nalbari, Nalbari | Jun 12, 2026

🛑ইতিহাস ৰচনা কৰি ভাৰতবৰ্ষত সুদীৰ্ঘ বাৰ বছৰ শাসন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সু স্বাস্থ্য কামনা কৰি  নলবাৰীত কৰা হয় পূজা অৰ্চনা নাম প্ৰসঙ্গ। 
🛑মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰীৰ হৰিমন্দিৰত কৰা হয় নাম প্ৰসঙ্গ। 
🛑নাম প্ৰসঙ্গ কৰাৰ পূৰ্বে ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ  প্ৰতিমূৰ্তিৰ সম্মুখত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 
🛑নলবাৰীৰ বহু কাৰ্যকৰ্তাৰ লগতে সমৰ্থকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
#narendramodi_primeminister 
#NarendraModi 
#nalbarinews 
#jayantamallabaruah 
#axombroadcast24

🛑ইতিহাস ৰচনা কৰি ভাৰতবৰ্ষত সুদীৰ্ঘ বাৰ বছৰ শাসন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সু স্বাস্থ্য কামনা কৰি নলবাৰীত কৰা হয় পূজা অৰ্চনা নাম প্ৰসঙ্গ। 🛑মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰীৰ হৰিমন্দিৰত কৰা হয় নাম প্ৰসঙ্গ। 🛑নাম প্ৰসঙ্গ কৰাৰ পূৰ্বে ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতিমূৰ্তিৰ সম্মুখত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 🛑নলবাৰীৰ বহু কাৰ্যকৰ্তাৰ লগতে সমৰ্থকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। #narendramodi_primeminister #NarendraModi #nalbarinews #jayantamallabaruah #axombroadcast24

Nalbari, Nalbari | Jun 10, 2026