♦️হাতত ত্ৰিৰংগা, বুকুত দেশপ্ৰেম: সোণাৰিৰ ৰাজপথত চৰাইদেউ আৰক্ষীৰ বিশাল ‘ত্ৰিৰংগা যাত্ৰা’।
♦️স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সোণাৰিত দেশপ্ৰেমৰ জোৱাৰ: চৰাইদেউ আৰক্ষীৰ আৰম্ভ ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান।
♦️জনতা আৰু আৰক্ষীৰ অভূতপূৰ্ব উৎসাহ: ত্ৰিৰংগাৰে উত্তাল হৈ পৰিল সোণাৰি নগৰৰ ৰাজপথ।
♦️ৰাষ্ট্ৰীয় পতাকাক চালাম: চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত সোণাৰিত বৰ্ণাঢ্য ত্ৰিৰংগা যাত্ৰা।