Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
कांग्रेस
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
तेजस्वी_यादव
शादी
Crimenews
Kolkata

ধুবুৰী ভাগ: নালিয়া বজাৰত ৰাইজৰ সৈতে মত বিনিময় যুৱ নেতা তথা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী কাজী মাহমাদুল হাছানৰ

Dhubri Part, Dhubri | Nov 30, 2025
সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰতিগৰাকী আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছৰ যুৱ নেতা কাজী মাহমাদুল হাছানে । ধুবুৰী সমষ্টিৰ প্ৰতিটো অঞ্চলৰ লগতে ধুবুৰী সমষ্টিৰ নালিয়া বজাৰ অঞ্চলত সমাগত ২০২৬’ৰ নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমাদুল হাছানে।