Public App Logo
Profile Picture

ধুবুৰী সংবাদ

@dhubri_sangbad
10938Followers
1Following
ধুবুৰী ভাগ: শিক্ষক বঁটা আৰু সমাজসেৱক বঁটা লাভ ধুবুৰী জিলাৰ বিলাসীপাৰাক এগৰাকী কৃতি শিক্ষকৰ
ধুবুৰী ভাগ: ধুবুৰী সমষ্টিৰ হাওৰাৰপাৰত ৰাইজৰ সৈতে মত বিনিময় বিজেপিৰ আশাবাদী প্ৰাৰ্থী মতিয়ৰ ৰহমানৰ
ধুবুৰী ভাগ: বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ, সমগ্ৰ ধুবুৰীত প্ৰতিবাদ
ধুবুৰী ভাগ: ধুবুৰীত বিগত ৬ মাহে পৰিতক্ত্য অবস্থাত পৰি আছে সাংসদ পূজিৰ পাচঁ খন কৈ এম্বুলেন্স
ধুবুৰী ভাগ: নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জ গেৰামাৰীত বৃহৎ ইস্তেমাৰ আজি অন্তিম দিন
ধুবুৰী ভাগ: ধুবুৰীত বাংলাদেশ চৰকাৰৰ প্ৰধান উপদেষ্টা
মহম্মদ ইউনিছৰ পুত্তলিকা দাহ
ধুবুৰী ভাগ: ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত আমছুৰ প্ৰতিবাদ
ধুবুৰী ভাগ: ধুবুৰীত আঞ্চলিক পঞ্চায়তৰ সদস্যক বৰ্খাস্ত
ধুবুৰী ভাগ: গৌৰীপুৰত কামতাপুৰ প্ৰগ্ৰেৰ্চিভ পাৰ্টীৰ ধুবুৰী জিলাৰ উদ্যোগত  ৫ ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন
ধুবুৰী ভাগ: ধুবুৰীৰ হৰিসভা মন্দিৰৰ নিচেই ওচৰতে থকা এখন  দোকানত অগ্নিকাণ্ড সংঘটিত হয়
ধুবুৰী ভাগ: জল জীৱন মিছন আঁচনিত দুৰ্নীতিৰ অভিযোগ তুলি গোলকগঞ্জ আৰু আগমনী ব্লক কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ
ধুবুৰী ভাগ: সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ  খেল পথাৰ প্ৰাংগনত  সীমান্ত ক্ৰীড়ী মহোৎসৱ‍ ২৬ ৰ জিলা ভিত্তিক বাছনি ক্ৰীড়া প্ৰতিযোগীতা
ধুবুৰী ভাগ: গোলোকগঞ্জৰ হালাকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
ধুবুৰী ভাগ: গৌৰীপুৰ গুৰুকুল ইংৰাজী একাডেমীত বছৰেকীয়া খেল ধেমালি,শোভাযাত্ৰা
ধুবুৰী ভাগ: বিলাসীপাৰাত "অতীতৰ পৰাই অসমীয়া ভাষা ধৰি ৰাখিছে চৰ-চাপৰিৰ সংখ্যালঘু ৰাইজে,এই বুলি মন্তব্য নেমছুৰ সভাপতি বদৰুল ইছলামৰ
ধুবুৰী ভাগ: ধুবুৰী সমষ্টিৰ গাছপাৰাত ৰাইজৰ সৈতে মত বিনিময় কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আবেদুৰ জামান জুৱেলৰ
ধুবুৰী ভাগ: ধুবুৰী সমষ্টিৰ মতিৰচৰত ৰাইজৰ সৈতে মত বিনিময় বিজেপিৰ আশাবাদী প্ৰাৰ্থী মতিয়ৰ ৰহমানৰ
ধুবুৰী ভাগ: বালাজানত গো মাংস সহ আটক এজন
ধুবুৰী ভাগ: প্ৰাঃ বিধায়ক আবু তাহেৰ বেপাৰীৰ বিস্ফোৰণ এটা টিকটৰ বাবদ কংগ্ৰেছে লৈছে অসম ৭-৮ কোটি টকা
ধুবুৰী ভাগ: মিঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ খাই নেকি বুলি মন্তব্য বদৰুদ্দিন আজমলৰ
ধুবুৰী ভাগ: ধুবুৰীৰ শৌলমাৰীত বালিৰ ডাম্পাৰৰ আৰু গঙ্গাধৰ নদী খনন বন্ধ কৰাৰ প্ৰতিবাদ কাৰ্য্যসূচী
ধুবুৰী ভাগ: কেৱল বাছি বাছি সংখ্যালঘু ৰাইজক উচ্ছেদ চলোৱা হৈছে ধুুবুৰীত এই মন্তব্য বিধায়ক নজৰুল হকৰ
ধুবুৰী ভাগ: ১৫ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহা
ধুবুৰী ভাগ: পৰ্বতঝোৰাত প্ৰাঃ কংগ্ৰেছী বিধায়ক আবু তাহেৰ বেপাৰীৰ যোগদান AIUDF দলত
ধুবুৰী ভাগ: সমাগত নিৰ্বাচন সন্দৰ্ভত বদৰুদ্দিন আজমলৰ সংবাদমেল