Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Capacitybuilding
Worldwaterday
Educationforall
���ंतर्राष्ट्रीय_वन_दिवस
Railsafety
bitu877
No video available
সোণাৰি: মাহমৰা ডবাত ডবা মণ্ডল কংগ্ৰেছ কমিটিৰ সাংগঠনিক সভা সম্পন্ন
Sonari, Charaideo
| Mar 27, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাত ডবা মণ্ডল কংগ্ৰেছৰ সাংগঠনিক সভা সম্পন্ন। উক্ত সভাত সভাপতিত্ব কৰে ডবা মণ্ডল কংগ্ৰেছৰ নেতা মনোৰঞ্জন মহনে। লগতে সভাত উপস্থিত থাকে ব্লক সভাপতি কেশৱ গগৈ, জিলা সাধাৰণ-সম্পাদক নিপেন কোঁৱৰ, ৰাইজৰ দলৰ নেতা জীৱেশ্বৰ চুতীয়া ৷
#politics
MORE NEWS
সোণাৰি: মৰাণৰ উৰুলি বিবাহ ভৱনত চৰাইদেউ জিলাৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ উপস্থিতিত সভা অনুষ্ঠিত
Sonari, Charaideo | Mar 27, 2024
সোণাৰি: সোনাৰিত এটা চুবুৰীত পথ নথকাৰ বাবে দেৱালৰ তলেৰে ৰাইজে কৰিছে অহা-যোৱা, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী
Sonari, Charaideo | Mar 27, 2024
সোণাৰি: যোৰহাটত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
Sonari, Charaideo | Mar 27, 2024
সোণাৰি: শিলিখাগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষী আৰু টেঙাপুখুৰী আৰক্ষীৰ যৌথ অভিযান, ৬৫ লিটাৰ সুৰা নষ্ট
Sonari, Charaideo | Mar 27, 2024
সোণাৰি: অসম গণ পৰিষদৰ চৰাইদেউ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি গকুল বুঢ়াগোহাঁইৰ মৃত্যু, শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ
Sonari, Charaideo | Mar 27, 2024