নিৰ্বাচনত পৰাজয়ৰ পাছত নেতান্যাহুৰ নতুন ৰাজনৈতিক কৌশল! আইজেনকোটক একেলগে চৰকাৰ গঠনৰ প্ৰস্তাৱ। চৰকাৰ গঠনৰ প্ৰস্তাৱ পোনছাটেই নাকচ আইজেনকোটৰ। নেতান্যাহুৰ ৰাজনৈতিক কৌশলত ভোল নাযাওঁ বুলিও মন্তব্য আইজেনকোটৰ। বিপদত নেতান্যাহুৰ ৰাজনৈতিক ভৱিষ্যৎ!