Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Iyc
Bollywood
दिल्ली
Patna
Breakingnews
महिला
Narendramodi
Madhya_pradesh
सोशल_मीडिया
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Ipl
Haryana

সৃজনগ্ৰাম: খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত, দুজন লোকক আটক

বঙাইগাঁও জিলাৰ খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড । নিশা চুৰে মন্দিৰৰ টলা ভাঙি লুট-পাত চলোৱাৰ লগতে কাৰ্যালয়টো লণ্ডভণ্ড কৰে ।মন্দিৰটোৰ টিলিঙা, কাহৰ বাছন ,ইনভাৰটাৰ,আৰু কিছু নগদ ধন চুৰি কৰিবলৈ চেষ্টা চলায় চোৰে । বুধবাৰে মন্দিৰটোৰ চুৰি সমগ্রী সমূহ কিছু নিলগত পেলাই থোৱা স্থানীয় ৰাইজে প্ৰত‍্যক্ষ কৰাত মন্দিৰ পৰিচালনা সমিতিক জনায় । তাৰপাছতে আৰক্ষীক খবৰ দিয়ে আৰু সন্দেহজনক দুজন ব‍্যক্তিক আটক কৰে ।

MORE NEWS