Public App Logo
Profile Picture

Manoj Kumar Sharma

@manojbmc2009
7220Followers
2Following
সৃজনগ্ৰাম: সমজিলা দিৱসত অভয়াপুৰীত বিধায়াক ভূপেন ৰায়ৰ মন্তব্য, অনুষ্ঠানত অভয়াপুৰীৰ ৰাইজৰ স্বাৰ্থ আৰু উন্নয়নৰ চৰ্চা কৰা হ'ব
বঙাইগাঁও ভাগ: চাপৰাকাটাত কোচ ৰাজবংশী কালছাৰেল চচাইটিৰ উদ্যোগত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯২সংখ্যক জন্মজয়ন্তী উদ্‌যাপন
বঙাইগাঁও ভাগ: সেৱা সংকল্প অভিযানৰ সেৱা সেতুৰ দ্বাৰা ৰাইজে উপকৃত হ'ব, মূলাগাঁৱত এই মন্তব্য বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ
বঙাইগাঁও ভাগ: ৫ অক্টোৱৰৰ দিনা মূখ্যমন্ত্ৰীৰ কাৰ্যসূচীলৈ জিলা আয়ুক্ত কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াৰ
বঙাইগাঁও ভাগ: চহৰত বিজয়া সন্মিলন, বঙাইগাঁৱৰ সংবাদমেল, ৩১ অক্টোবৰত বিজয়া সন্মিলন উদ্যোগত অনুষ্ঠিত হ’ব এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠিত
সৃজনগ্ৰাম: অভয়াপুৰীত সমজিলা সহকাৰী আয়ুক্তৰ সংবাদ মেল, ৩ অক্টোবৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হ'ব অভয়াপুৰী সমজিলা দিৱস
বঙাইগাঁও ভাগ: গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ ঘোষণা ক্ৰানছুৰ
বঙাইগাঁও ভাগ: বঙাইগাঁও আৰক্ষী ছাউনীত অসম আৰক্ষী দিৱস পালন
বঙাইগাঁও ভাগ: জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা দিৱসৰ কাৰ্য্যসূচী দ্বীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সাংসদ ফণী ভূষণ চৌধুৰী
মাণিকপুৰ: মাণিকপুৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত মানাহ আইভেলি পেট্ৰ’ল পাম্পৰ সমিপত দাউ দাউকৈ জ্বলি উঠিল আলু ভৰ্ত্তি ট্ৰাক, আৰক্ষী উপস্থিত
বঙাইগাঁও ভাগ: পাঁচ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে নতুন জিলা আয়ুক্তৰ নতুন কাৰ্যালয় উন্মোচন কৰিব, চহৰত এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ
বঙাইগাঁও ভাগ: বঙাইগাঁও বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত ১৫ টা পদতে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ
বঙাইগাঁও ভাগ: বঙাইগাঁও মেডিকেল কলেজে আৰু চিকিৎসালয়ৰ আৰক্ষী চকী পৰিদৰ্শন কৰে বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই
বঙাইগাঁও ভাগ: ১ অক্টোবৰত জিলা দিৱস পালন কৰা হ'ব, জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত সদৰি কৰে অতিৰিক্ত আয়ুক্ত মৌচমজ্যোতি নাথে
বঙাইগাঁও ভাগ: অহা সময়ছোৱাত অসমত নতুনকৈ প্ৰায় আঠ হাজাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব, চহৰত এই মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ
বঙাইগাঁও ভাগ: নগাঁও লোকসভাৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয়ী হ'ব, মাজগাঁৱত এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ
বঙাইগাঁও ভাগ: জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত চহৰত দেশৰ মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
বঙাইগাঁও ভাগ: ডাংতল বজাৰত সংঘটিত অগ্নিকাণ্ডত ১৮ টাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জুইত জাহ যায়
বঙাইগাঁও ভাগ: চহৰত সদৌ অসম দেৱদামোদৰ সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সমিতিৰ সংবাদমেল,৪ অক্টোবৰত হ'ব ১তম প্ৰান্তীয় বঙাইগাঁও অধিৱেশন
বইটামাৰী: বইটামাৰীত চিলাৰায় ভৱন নিৰ্মানৰ কামৰ শুভাৰম্ভ কৰে KACৰ কাৰ্যবাহী পাৰিষদ গোলাপ পাঠকে
বঙাইগাঁও ভাগ: নিউ বঙাইগাওঁ ৰেলৱে জংচনত ৰেল আৰক্ষীৰ অভিযান আফুগুটি ভৰ্তি বস্তা জব্দ
বঙাইগাঁও ভাগ: দেৱানগাঁৱত অনুষ্ঠিত এককালীন প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চুড়ান্ত খেলত বৰ্ষণগাঁও গোল্ডী এফ চি বিজয়ী খিতাপ অৰ্জন কৰে
সৃজনগ্ৰাম: খোৰাপাৰাত বন বিভাগৰ উদ্যোগত সেৱা সংকল্প অভিযান অধীনত গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন
বঙাইগাঁও ভাগ: চহৰৰ বিভিন্ন অঞ্চলত পথৰ দুৰৱস্থা, জ্যোতিনগৰৰ মূল পথ অতিশীঘ্ৰেই মেৰামতি কৰিবলৈ চৰকাৰক আহ্বান জনায় স্থানীয লোকে
সৃজনগ্ৰাম: অভয়াপুৰীত বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক অনুষ্ঠানৰ অংশ হিচাপে "মোৰ স্বাস্থ্য, মোৰ গৰ্ব" অনুষ্ঠান অনুষ্ঠিত