Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

তামুলপুৰ: জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক সমবায় বৰ্ষ উপলক্ষে অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে

Tamulpur, Baksa | Jul 25, 2025
শুকুৰবাৰে দিনৰ ১২মান বজাত তামুলপুৰৰ কছুবাৰীস্থ শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত অনুষ্ঠিত হয় আন্তৰ্জাতিক সমবায় বৰ্ষ ২০২৫ উপলক্ষে সজাগতা সভা।বিটিচিৰ সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী,বিটিচিৰ ইএম ধৰ্ম নাৰায়ণ দাস, পাৰিষদ হেমন্ত ৰাভাই।জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সজাগতা সভাখনত অংশ লয়।

MORE NEWS