Public App Logo
লখিমপুৰ জিলাৰ জহিং চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বানাক্ৰান্ত পৰিয়ালবৰ্গলৈ খাদ্য সামগ্রী । দেওবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাত বানাক্ৰান্ত ৰাইজৰ মাজত প্ৰদান কৰিব এই খাদ্য সামগ্ৰী । - North Lakhimpur News