আজাৰা: পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা,জব্দ কৰিলে ৭৯ কিঃগ্ৰাঃ গাঞ্জাসহ এখন বাহন ও গাঞ্জা বেপাৰী
পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ জব্দ কৰিলে ৭৯ কিঃগ্ৰাঃ গাঞ্জাসহ এখন বাহন ও গাঞ্জা বেপাৰী ৷ এক গোপন সুত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সিমান্তৰ হাতীগড় চ’কত জব্দ কৰিবলৈ সক্ষম হয় ধৃত গাঞ্জা বেপাৰী গৰাকীক ৷ প্ৰাপ্ত তথ্য অনুসৰি মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ, মৈৰাং থানাৰ অন্তৰ্গত নংখ্লাও অঞ্চলৰ জ্ৰানচিং ৱালাং নামৰ এই লোকজনে সৰবৰাহ কৰিছিল গাঞ্জা