মানকাচৰ: হাজিৰহাটত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াত ক্ষতিগ্ৰস্ত লোক ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সৰভ
ৰবিবাৰে দিনৰ আনুমানিক 10 বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাটত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াত ক্ষতিগ্ৰস্ত লোকে ধূবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সৰভ হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে হাজিৰহাটত দীৰ্ঘদিন ধৰি চলি আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয় কিন্তু আজিলৈকে সেই স্হানত সাংসদ ৰকিবুল হুছেইন পৰিদৰ্শন নকৰাৰ বাবে স্হানীয় লোকে সৰভ হৈ এনেদৰে মন্তব্য কৰে।