Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: গৰুৱাঝাৰত ৰোগ নিৰ্ণয় কেন্দ্ৰ এটি মুকলি কৰা হয়, কেন্দ্ৰটো আঞ্চলিক ভাবে শুভ উদ্বোধন কৰে বিটিচিৰ এমচিএলএ পল টপ্পই

Udalguri, Udalguri | Nov 25, 2025
জিলা খনৰ গৰুৱাঝাৰ অঞ্চলৰ ৰাইজ আৰু আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ সুবিধাৰ্থে এটি ৰোগ নিৰ্ণয় কেন্দ্ৰ মুকলি কৰা হয়। আনহাতে উক্ত কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ পল টপ্পই। ইপিনে উক্ত সময় চোৱাত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
ওদালগুৰি: গৰুৱাঝাৰত ৰোগ নিৰ্ণয় কেন্দ্ৰ এটি মুকলি কৰা হয়, কেন্দ্ৰটো আঞ্চলিক ভাবে শুভ উদ্বোধন কৰে বিটিচিৰ এমচিএলএ পল টপ্পই - Udalguri News